2 Comments on “সম্পাদকীয়,Page 5”

  1. ‘প্ৰান্তিক’ৰ পৰা আঁতৰি নিজকে ৰবিনছন ক্ৰুছো যেন লাগিল! এতিয়া অনলাইন সংস্কৰণটো পাই কিছু সকাহ পাইছো

  2. প্ৰান্তিকখন প্ৰথম সংখ্যাৰেপৰা লৈ আছোঁ ৷ হঠাতে বন্ধ হোৱাৰ বাবে চিন্তিত হৈছিলোঁ যদিও বৰ্তমানৰ ডিজিটেল সংস্কৰণটোৱে আনন্দিত কৰিছে ৷ সময় সুস্থিৰ হ’লে ডিজিটেল সংখ্যাকেইটা ছপাই উলিয়ালে সুখী হ’ম ৷ ( সত্যেন্দ্ৰ বৰদলৈ, সহযোগী অধ্যাপক, বিহপুৰীয়া মহাবিদ্যালয় ৷ )

Leave a Reply

Your email address will not be published. Required fields are marked *