3 Comments on “পত্ৰালাপ,Page 4”

  1. সুন্দৰ আৰু সময়োপযোগী প্ৰচেষ্টা । আমাৰ দৰে অসমৰ বাহিৰত থকা সকলৰ বহুদিনীয়া আশা পূৰণ হ’ল । অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।

    অ’নলাইন লিখনি পঠিওৱাৰ বাবে কি ব্যৱস্থা আছে জনাব বুলি আশা কৰিলোঁ ।

    ব্ৰজেন তালুকদাৰ, ৰাম কৃষ্ণ পুৰম, নতুন দিল্লী ।

  2. সুন্দৰ প্ৰচেষ্টা। প্ৰান্তিক আমাৰ কাৰণে সকলো সময়ৰ শ্ৰেষ্ঠ আলোচনী।

  3. দেশৰ এই বিপৰ্যয়ৰ সময়তো ‘অনলাইন প্ৰান্তিক’ আমাৰ মাজত উলিয়াই দিয়া বাবে প্ৰান্তিক ‍ কত্তৃপক্ষৰ শলাগ
    ললো ।

Leave a Reply

Your email address will not be published. Required fields are marked *