Uncategorizedচানৰাইজ May 5, 2020May 5, 2020 - by prantikonline - 4 Comments. ShareTweetPin ItShare চানৰাইজ
অসমৰ জনপ্ৰিয় পষেকীয়া আলোচনী প্ৰান্তিক খন চাকৰি সংক্ৰান্তত বিভিন্ন ঠাইত ঘূৰি ফুৰা বা অন্য কাৰণতে হওঁক নিয়মিতভাৱে পঢ়িবলৈ পোৱা নাই। মই দুখিত। এতিয়া অনলাইনত উপলব্ধ হব বুলি জানিব পাৰি আনন্দিত হৈছো। মই নিয়মিয়া গ্ৰাহক হব বিচাৰো। সদাশয় ব্যক্তি কেইজনে কোৱাৰ দৰে উল্লেখযোগ্য পুৰণি সংখ্যা বোৰ অনলাইনত উপলব্ধ হলে মোৰ দৰে বহু পুঢ়ৈ উপকৃত হ’ব । সঞ্জীৱ পাটগিৰি মো:8638910364 বাঠৌ মন্দিৰ, গুৱাহাটী-25 Reply
“সোণোৱাল সকলৰ ভাষাত ব্যৱহৃত শব্দকোষ” খনৰ বিজ্ঞাপন এটা দিব লাগে । টেৰিফ ৰেটৰ বিষয়ে জানিব পাৰিলে সুখী হলোঁ হেতেন । Reply
অসমৰ জনপ্ৰিয় পষেকীয়া আলোচনী প্ৰান্তিক খন চাকৰি সংক্ৰান্তত বিভিন্ন ঠাইত ঘূৰি ফুৰা বা অন্য কাৰণতে হওঁক নিয়মিতভাৱে পঢ়িবলৈ পোৱা নাই। মই দুখিত। এতিয়া অনলাইনত উপলব্ধ হব বুলি জানিব পাৰি আনন্দিত হৈছো। মই নিয়মিয়া গ্ৰাহক হব বিচাৰো। সদাশয় ব্যক্তি কেইজনে কোৱাৰ দৰে উল্লেখযোগ্য পুৰণি সংখ্যা বোৰ অনলাইনত উপলব্ধ হলে মোৰ দৰে বহু পুঢ়ৈ উপকৃত হ’ব ।
সঞ্জীৱ পাটগিৰি
মো:8638910364
বাঠৌ মন্দিৰ, গুৱাহাটী-25
প্ৰান্তিকখন পালে নিৰ্জন দ্বীপতো অকলশৰীয়া নহওঁ।
সময়ত নাপালে বহুত অশান্তি লাগে ।
“সোণোৱাল সকলৰ ভাষাত ব্যৱহৃত শব্দকোষ” খনৰ বিজ্ঞাপন এটা দিব লাগে । টেৰিফ ৰেটৰ বিষয়ে জানিব পাৰিলে সুখী হলোঁ হেতেন ।